What people say…

When I grew up, I did not have access to books outside of my school curricula. Today, I want every child to have access to books and to make reading habits. And I think Uplift Libraries is doing a tremendous service by building a platform to bring books to children in remote areas. I congratulate the Uplift Libraries team for this initiative.

Dr Ranjit K Dutta, Kuwait Drilling Fluids & Oil Services, Kuwait (A major donor to Uplift Libraries)

আমাৰ পৰিয়ালত কিতাপ পঢ়াৰ এটা সুন্দৰ পৰিবেশ আছিল যিটো আমাৰ পূৰ্বপুৰুষৰ পৰা চলি আহিছিল। এনে পৰিবেশত পাৰ কৰা শৈশৱকালে মোক কিতাপৰ প্ৰতি আগ্ৰহী কৰি তুলিছিল। লগতে ইন্ধন যোগাইছিল দেউতাই আনি দিয়া সৰু সৰু সাধু কিতাপ আৰু মাহে মাহে ডাকত অহা অসমীয়ালৈ অনুবাদ কৰা ছোভিয়েট ৰাছিয়াৰ বিভিন্ন সম্ভাৰ কঢ়িয়াই অনা আলোচনীবোৰে! কিন্তু আমাৰ সহপাঠী তথা সমনীয়াসকলৰ মাজত এনেকুৱা আগ্ৰহ দেখা নাছিলোঁ, হয়তো তেওঁলোকৰ ঘৰৰ পৰিবেশ আৰু আমাৰ বিদ্যালয়ত পুথিভঁৰালৰ অভাৱৰ বাবে এনে হৈছিল।

মই অনুভৱ কৰোঁ যে বিভিন্ন ধৰণৰ পুষ্টিকৰ আহাৰ, শাৰিৰীক পৰিশ্ৰম আদিৰ জৰিয়তে আমি আমাৰ শৰীৰটো নিৰোগী আৰু স্বাস্থ্যৱান কৰি ৰখাৰ দৰে মানসিক স্বাস্থ্য সুস্থিৰ আৰু নিৰোগী কৰি ৰাখিবৰ কাৰণেও কিছুমান অনুশীলনৰ প্ৰয়োজন।কিতাপ পঢ়াটো তেনে এক অনুশীলন।

Uplift Libraries’এ এটি সময়োপযোগী পদক্ষেপ হাতত লৈছে, তাৰ প্ৰভাৱ হয়তো সুদূৰপ্ৰসাৰী হ’ব।…

ডেইজী ৰাণী শ‌ইকীয়া, তেজপুৰ (এগৰাকী মূখ্য গ্ৰন্থ দাতা)।

As a kid of the 90s, I remember our generation before the internet took over–we used to google life through books. I’m worried about the current generation’s reading habits (in the era of low-cost internet availability). Kudos to Uplift Libraries for taking a bold step to revive old practices…

Abhishek Kalita, IIT Madras (A generous donor).